top of page
RITP_HEADING.png

দৃষ্টিকোন আৰু উদ্দেশ্যে

Anchor 1
RITP_Web_01.jpg

 

আমাৰ দৃষ্টিকোন

ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ যত বহু ধৰ্মীয় দল আছে। ভাৰত ৰ্বষৰ ১.২৫ লক্ষ-কোটি জনসাধাৰণৰ মাজত এনে বহুতো ধৰ্মীয় সেৱক আৰু শিষ্য আছে যি সকলে উৎকন্ঠত হৈ ঈশ্বৰৰ সত্য বিচাৰি ফুৰিছে। RITPৰ ২০ খনত কৈ অধিক শক্তিশালী পুস্তিকাৰ দ্বাৰাই ভাৰত খনত ঈশ্বৰৰ অনু্গ্ৰহৰ ণ্ডভবাআ দিয়াৰ দ্বাৰাই যাতে দেশত উন্নতি আৰু আধ্যাত্মিক বিকাশ, এই ডাঙৰ অভাৱ পুৰণ কৰিবলৈ RITP য়ে কামনা কৰে।

 

আমাৰ উদ্দেশ্যে

RITP য়ে লাখ সংখ্যাৰ ণ্ডভবাৰ্ওাৰ পুস্তিকা চপাই আৰু বিতৰন কৰে।আমাৰ পুস্তিকাবোৰ অন-লাইনটো চাব পাৰে। ই-মেইল আৰু সামাজিক মাধ্যম দ্বাৰাই বিনামুলীয়া ভাবে ডাটনল'ড আৰু শ্বেয়াৰ কৰক। আমাৰ মুদ্ৰিত পুস্তিকাবোৰ আৰু অন-লাইনৰ সামগ্ৰীবোৰৰ যোগেদি "সকলোতে সকলো ব্যক্তিলৈ ঈশ্বৰৰ সত্য প্ৰসাৰিত হবলৈ", উদ্দেশ্যে পুৰণ কৰিবলৈ আশা কৰিছো। আপোনা লোকে যদি আমাৰ পুস্তিকা সাহিত্য পঢ়ি আনন্দ উপভোগ কৰিছে, তেনেহলে অনু গ্ৰহ কৰি আমাৰ পুস্তিকা সমুহ ডাউনল'দ, সংলগ্ন আৰু শ্বেয়াৰ ভাৰত বৰ্ষক ঈশ্বৰৰ অনুগ্ৰহৰ বানীৰ দ্বাৰাই আশীৰ্বাদ প্ৰাপ্ত কৰক।

00_OUTREACH.jpg

যিকোনো সময়তে যোগাযোগ কৰক

 

যদি আপোনাৰ আন কোনো প্ৰশ্ন, অনুৰোধ বা পৰামৰ্শ আছে, অনুগ্ৰহ কৰি তলত আমালৈ এটা বাৰ্তা প্ৰেৰণ কৰক বা

ই-মেইল কৰক : outreach@ritptracts.org.

আমাৰ লগত সংযোগ কৰাৰ বাবে ধন্যৱাদ!

RITP লৈ পঠুৱা সকলো মন্তৱ্য আৰু নিজৰ তথ্য সমূহ ব্যক্তিগত আৰু ভিতৰুবা ভাবে ৰাথা হয়।

জনসাধাৰনৰ বাবে RITP য়ে বিনামূলীয়া ণ্ডভবাৰ্তাৰ পুশ্তিকা সমূহ ঢপাই আৰু বিতৰন কৰে।

Reach India Tract Project হৈছে Pastoral Training of Asia ৰ এটা প্ৰকাশন বিতৰণ প্ৰকল্প। পঞ্জীয়ন নম্বৰ 501 C3  33-04677ৰ অনুমোদনৰ অধীনত প্ৰকাশনসমূহ বিতৰণ কৰা হয়; ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদৰ বিশেষাধিকাৰসমূহ মানি চলি।

SUBSCRIBE_ASM.jpg
FOOTER_LINE.png
bottom of page